There are no items in your cart
Add More
Add More
Item Details | Price |
---|
Boost your business with WhatsApp marketing!
Instructor: Tulumoni BorgohainLanguage: Assamese, English
Description:
আগতে আমি ব্যৱসায় এটা promote কৰিবলৈ হকাৰক বাতৰি কাকতৰ মাজত leaflets ছপা কৰি বিলাইছিলোঁ। কিন্তু বৰ্তমান ইণ্টাৰনেট আৰু সামাজিক মাধ্যম ব্যৱহাৰ কৰি আমি সহজে কম খৰচত আমাৰ Offline আৰু Online -দুয়োধৰণৰ ব্যৱসায় প্ৰমোট কৰি Sales বৃদ্ধি কৰিব পাৰোঁ।
হোৱাটছ এপ বিজনেছৰ যোগেৰে কেনেদৰে আপুনি কম খৰচত নিজা Website নোহোৱাকৈও Ad run কৰিব পাৰি আপুনিও জানিব বিচাৰে নে ? যদি বিচাৰে এই কোৰ্চটো আপোনাৰ বাবে!
Key Highlights:
✅WhatsApp marketing Course ত অন্তৰ্ভুক্ত হ'ব-
✅What's is WhatsApp funnel marketing?
✅ Ban নোহোৱাকৈ কেনেকৈ message send কৰিব পাৰি।
✅Bulk messageing free toolsৰ বিষয়ে জানিবলৈ পাব।
✅ WhatsApp business profile কেনেকৈ তৈয়াৰ কৰিব আৰু তাৰ settings সম্পৰ্কে।
✅ Product catalogue কেনেকৈ add কৰিব।
✅ WhatsApp ত Facebook আৰু Instagram account কেনেকৈ add কৰা হয়।
✅messageত কেনেকৈ দৰকাৰ অনুসৰি লেবেল লগাব।
✅ Advertise দি কেনেকৈ আপুনি আপোনাৰ(both Offline and Online)ব্যৱসায়ৰ marketing কৰিব।
Total Time: 6 + Hours
Live practical classes
Start from 26th January, 25
Time: 8 pm onwards
Lorem Ipsum is simply dummy text of the printing industry