28 Days Belly Fat Challenge
Contact us

Fat Burning Yoga

"Transform your body and mind with dynamic yoga poses designed to torch calories, melt away fat, and unveil your inner strength in Fat Burning Yoga!"

Instructor: Tulumoni BorgohainLanguage: Assamese, English

About the course

এই Fat Burning Yoga ত আপুনি কোনো ধৰণৰ Intensive Workout নকৰাকৈয়ে কিছুমান 🔥  Belly Massage, 🔥Lymphatic Drainage Massgae🔥 Breathing Techniques, 🔥Easy and effective Yoga Pose, 🔥Vegus Nerve Reset Yoga Pose ৰ জৰিয়তে সহজে 🔥Whole Body Fatৰ‌ লগতে 🔥Belly Fat কমাব পাৰিব।

উপকাৰিতা সমূহ: 


👉 পেটৰ চৰ্বি কমোৱা 
👉 Stress, Anxiety নিয়ন্ত্ৰণ কৰা
👉  Gas, Bloating, Indigestion, Constipation, Fattly Liver নোহোৱা কৰা
👉 Metabolism boost কৰিব
👉 Energy level boost কৰা।

         যদি আপোনাৰো কঠোৰ ব্যায়াম বা Gym আদিলৈ গৈ Exercise কৰিব পৰাকৈ শাৰীৰিক শক্তিৰ অভাৱ অনুভৱ কৰে, অনবৰতে ভাগৰ লাগি থাকে, তেন্তে আপুনি এই Challenge অংশ লওক আৰু Belly Fat কম কৰক আৰু ডায়েবেটিছকে আদি কৰি ‌বিভিন্ন ৰোগক বাধা দিয়ক তথা নিয়ন্ত্ৰণ কৰক!!
 

🔥 কোনে কোনে এই Challenge ত ভাগ ল'ব নোৱাৰিব -
* Recently open surgery কৰাসকলে
* Gastric ulcer থকা সকলে
* Umbilical hernia থকা সকলে

* Pregnancy ৰ বাবে planning কৰি থাকিলে।
 

🔥কি কি আগতীয়াকৈ যোগাৰ কৰি ৰাখিব লাগিব -


* Yoga Mat
* One medicine ball (1 kg)

* Yoga Bolster

 

 

Syllabus

HAPPIEST CUSTOMERS

মোৰ belly fat খুব সোনকালে কমিল

প্ৰাৰ্থনা মহন্ত

Reviews and Testimonials

TESTIMONIALS

Transformation journey of Our Happy Participants

Our Happy Participant

Pallabi Deka


Our Happy Participant

Mrinmoyee Goswami

Launch your GraphyLaunch your Graphy
100K+ creators trust Graphy to teach online
Yoga with Tulumoni Borgohain 2024 Privacy policy Terms of use Contact us Refund policy